কণ্ঠৰ শক্তিক উজ্বলাই তোঁলো ৷

এপ্পটো ডাউনলোড কৰক

বিনিময়ৰ বাবে নিমন্ত্ৰণ ৷:

পঠন কণ্ঠৰ শক্তিক উজ্বলাই তোঁলো ৷ লক্ষ্য কৰক ৷

সোঁত- সামাজিক মাধ্যমৰ জৰিয়তে ব্যৱহাৰকাৰী সকলক নিজৰ অনন্য কণ্ঠ আৰু প্ৰতক্ষ্য সম্প্ৰচাৰৰ জৰিয়তে নিজৰ প্ৰতিভা প্ৰকাশ কৰা ৷

সোঁতৰ চমু অৱলোকন ৷

নিজৰ মন্তব্য আৰু
চিন্তা ৬০ চেকেণ্ডৰ
ভিতৰত নিজৰ কণ্ঠেৰে
বিনিময় কৰা ৷
পূৰ্বে বাণীবদ্ধ কৰা
প্ৰত্যেক কণ্ঠ ৬০
চেকেণ্ডৰ ভিতৰত
প্ৰেৰিত কৰিব পাৰিব ৷
প্ৰত্যক্ষ বাৰ্তা
প্ৰেৰণ কৰিব
পাৰিব ৷
প্ৰতিটো দৃশ্য-শ্ৰব্য
ফটোত আৱহসংগীত
সংযোজন হব লাগিব ৷
বিনিময়,
প্ৰত্যুত্তৰ কণ্ঠেৰে
দিব লাগিব ৷
নিজৰ প্ৰতিচ্ছবি
নেদেখুৱাকৈ কেৱল
নিজৰ চিন্তা সহজে
বিনিময় কৰিব পাৰিব ৷
ব্যক্তিগত
আৰু ৰাজহুৱা
গোট ৷
সকলো ব্যক্তিগত
বিৱৰণ পৰীক্ষা
কৰা হব ৷
ক’লাৰ গোপনীয়তা
ৰক্ষা কৰা মঞ্চ ৷
শূণ্য সহনশীল
নীতি প্ৰযোজ্য ৷
নিয়ম ভংগ কৰা
আৰু নীতি বৰ্হিভূত
কাৰ্য্যত জাননী জাৰি
কৰিব পাৰিব ৷

সোঁতৰ কিয় প্ৰয়োজন ?

  • কোভিড-19 মহামাৰীৰ পিছত স্ক্ৰীণ ক্লান্তি ৷
  • সামাজিক মাধ্যমৰ এক ৰাজহুৱা মঞ্চ ৷
  • সোঁত-নিজৰ দেশীয় ভাষাত যিকোনো সময়তে মন্তব্য প্ৰেৰণ কৰিব পাৰিব ৷. ২৮)নাইবা

এপ্পটো ডাউনলোড কৰক

Submit your Application